Fashion designers and beauticians have more tips for girls and women ahead of Durga Puja



শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। প্ৰতিমা নিৰ্মাণৰ পৰা আৰম্ভ কৰি মণ্ডপলৈকে চৌদিশে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। কাপোৰৰ বজাৰতো দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ। কি সাজে শুৱাব আপোনাক? পূজাৰ দিনকেইটাত আপোনাক আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ আৰু পূজাৰ বজাৰ কৰাত সহায় কৰিবলৈ নিউজ লাইভৰ এই প্ৰয়াস। আমি লৈ আহিছোঁ পূজাৰ বজাৰ।

3 thoughts on “Fashion designers and beauticians have more tips for girls and women ahead of Durga Puja

Leave a Reply

Your email address will not be published. Required fields are marked *